Tribute to Animesh Bhuyan: ছাত্র নেতা অনিমেশ ভুঞা হত্যাকাণ্ডৰ এটা বছৰ - Mob lynching condemned in Jorhat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17062775-845-17062775-1669715392744.jpg)
ছাত্রনেতা অনিমেশ ভূঞা হত্যাকাণ্ডই আজি এটা বছৰৰ সম্পূৰ্ণ কৰিলে । যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত নৃশংস হত্যাকাণ্ডত নিমিষতে প্ৰাণ হেৰুৱাইছিল ছাত্ৰ নেতাগৰাকীয়ে(Mob lynching condemned in Jorhat) । এটা বছৰ উকলি যোৱাৰ পাছত মঙলবাৰে হত্যাকাণ্ড সংঘটিত হোৱা স্থানতে যোৰহাটবাসী ৰাইজে অনুষ্ঠিত কৰে অনিমেশ ভূঞাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত অনিমেশ ভূঞাৰ পিতৃ-মাতৃ(Animesh Bhuyan murder news) । যোৰহাট জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু মহকুমা ছাত্র সন্থাৰ সহযোগত ঘটনা সংঘটিত হোৱা স্থানতে আয়োজন কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান ।
Last Updated : Feb 3, 2023, 8:34 PM IST