Kangkin Kebang 2022: জোনাইত কাংকিন কেবাঙৰ ব্যাপক প্ৰস্তুতি

By

Published : Oct 26, 2022, 6:11 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail
জোনাইত শিক্ষাৰ সজাগতা আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজত মিলনৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব কাংকিন কেবাং (Kangkin Kebang in Jonai)। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জোনাই জিলা TMPKৰ উদ্যোগত অহা ২৭ আৰু ২৮ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই কাংকিন কেবাং (Jonai TMPK organized Kangkin Kebang)৷ বিগত বছৰবোৰৰ দৰে এইবছৰো অনুষ্ঠিত হ'বলগীয়া কাংকিন কেবাঙৰ বাবে দেখা গৈছে জোনাইত TMPKৰ ব্যাপক প্ৰস্তুতি (Kangkin Kebang preparation)। কাংকিন কেবাঙৰ লগত সংগতি ৰাখি কেইবাদিনো পূৰ্বৰে পৰা বিভিন্ন খেলৰ অনুশীলন, সংগীত আৰু নৃত্যৰ আখৰা আদিত ব্যস্ত হৈ পৰিছে শিক্ষাৰ্থীসকল ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.