Prasanta Phukan reaction on ajmal comment: আজমলক গ্ৰেপ্তাৰৰ দাবী বিধায়ক প্ৰশান্ত ফুকনৰ - Prasanta Phukan reaction on ajmal comment

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 4, 2022, 8:27 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

বদৰুদ্দিন আজমলৰ বিৰ্তকিত মন্তব্যৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে । ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে শীঘ্ৰে আজমলক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে (Prasanta Phukan reaction on ajmal comment)। আজমলক বাংলাদেশী বুলি সম্বোধন কৰি এগৰাকী বাংলাদেশীয়ে সমগ্ৰ হিন্দু সমাজৰ চিন্তা-চেতনাত আঘাত হানিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক প্ৰশান্ত ফুকনে । এনে বিতৰ্কিত মন্তব্যৰ জৰিয়তে ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ বাবে আজমলে প্ৰচেষ্টা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক প্ৰশান্ত ফুকনে । উল্লেখযোগ্য যে সাংসদ বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিন্দু ধৰ্মাৱলম্বীসকলক উদ্দেশি প্ৰদান কৰিছিল অশ্লীল মন্তব্য । ইয়াৰ পাছতে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.