thumbnail

By

Published : Jul 4, 2022, 9:50 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

Road Accident at Bihpuria: বিহপুৰীয়াত এম্বুলেঞ্চে খুন্দিয়ালে ব্যক্তিগত বাহনত

বিহপুৰীয়াত পথ দুৰ্ঘটনা । বিহপুৰীয়া-নাৰায়ণপুৰ সংযোগী ৰাজ্যিক ঘাইপথত সোমবাৰে সংঘটিত হয় দুৰ্ঘটনাটো (Road accident at Bihpuria)। বিহপুৰীয়া আৰক্ষী থানাৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত সংঘটিত এই দুৰ্ঘটনাত পথৰ দাঁতিত ৰখাই থোৱা AS 07 E 1108 নম্বৰৰ এখন মেটিজ বাহনত AS 01FC 6420 নম্বৰৰ এখন মৃত্যুঞ্জয়-১০৮ সেৱাৰ বাহনে খুন্দা মাৰে (108 ambulance hits car at Bihpuria)। দুৰ্ঘটনাটোৰ ফলত নাৰায়ণপুৰ দিশৰ পৰা অহা মৃত্যঞ্জয় সেৱাৰ বাহনখনৰ চালক আৰু তেওঁৰ লগত থকা এগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.