ৰে’লৰ ইঞ্জিন বিকল: ষ্টেচনত যাত্ৰীৰ বোন্দাপৰ - যাত্ৰীবাহী ৰেলৰ কাৰিকৰী বিজুটি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15566159-thumbnail-3x2-hjcb.jpg)
শিলঘাট টাউন-গুৱাহাটী যাত্ৰীবাহী ৰে'লৰ কাৰকৰী বিজুটিত ক্ষোভিত ৰেলযাত্ৰী । পুৱা ৬ বজাত গুৱাহাটীলৈ যাত্ৰা কৰিবলগীয়া ৰে’লখন এইপৰ্যন্ত বিকল হৈ পৰি আছে শিলঘাট ৰেল ষ্টেচনত (Train engine defects in Silghat railway station)। ডেম' ইঞ্জিন সংযুক্ত শিলঘাট টাউন-গুৱাহাটী পেছেঞ্জাৰ ৰে'লৰ বিভিন্ন কৰিকৰী বিজুটিয়ে বাৰুকৈয়ে জলা-কলা খুৱাইছে ৰে'লযাত্ৰীক । বহু সময় ধৰি ষ্টেচনে ষ্টেচনে বোন্দাপৰ দিবলগীয়া হৈছে ৰে'লযাত্ৰীসকলে । নতুন ইঞ্জিন শিলঘাটত আহি পোৱাত শেহতীয়াকৈ যাত্ৰা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:23 PM IST