Cycle Rally at Duliajan: ‘আহক চাইকেল চলাওঁ’ শীৰ্ষক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

By

Published : Apr 30, 2023, 2:24 PM IST

thumbnail

ডিব্ৰুগড়, 30 এপ্ৰিল: দুলীয়াজানত ‘আহক চাইকেল চলাওঁ’ শীৰ্ষক এক সজাগতা কাৰ্যসূচী ৷ দুলীয়াজানৰ নেহেৰু ময়দানত আজি অনুষ্ঠিত হয় এই কাৰ্যসূচী (Cycle Rally at Duliajan) ৷ চাইকেলৰ সমাদৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে দুলীয়াজান অইল ইণ্ডিয়াৰ উদ্যোগত নেহৰু ময়দানত পেট্ৰলজাত সামগ্ৰীৰ সংৰক্ষণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ'ল "আহক চাইকেল চলাওঁ" কাৰ্যসূচী ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (OIL organizes cycle rally) ৷

নিজেই চাইকেল চলাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Minister Rameswar Teli Participate Cycle Rally) ৷ পেট্ৰলিয়ামজাত সামগ্ৰী সংৰক্ষণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা এই চাইকেল ৰেলীত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া, কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় (OIL organizes cycle rally at Duliajan) ৷

লগতে পঢ়ক: Same sex marriage : ন্যায়িক প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে হিমাচল প্ৰদেশত সম্পন্ন হ’ল সমলিংগীয় বিবাহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.