Infant body recovered: ত্ৰিপুৰাৰ খোয়াই চিকিৎসালয়ৰ ডাষ্টবিনত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - Infant body recovered in Khowai Hospital Tripura

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 11, 2023, 2:24 PM IST

কৰিমগঞ্জ. 11 এপ্ৰিল : ত্ৰিপুৰাৰ খোয়াই চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা ৷ চিকিৎসালয়খনৰ ডাষ্টবিনৰ পৰা উদ্ধাৰ নৱজাতকৰ মৃতদেহ (Newborn baby dead body found) ৷ খোয়াই চিকিৎসালয়ৰ শৌচাগাৰৰ ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো (Infant body recovered in Tripura) ৷

জানিব পৰা মতে, পোনপ্ৰথমে চিকিৎসালয়ৰ শৌচাগাৰত মৃতদেহটো দেখি এজন ব্যক্তিয়ে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়ে (Infant body recovered) ৷ পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে (Infant body recovered in Khowai Hospital Tripura) ৷

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যহত আছে (Khowai Hospital Tripura) ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত (New Born Babys Dead Body found in Khowai Hospital) ৷

লগতে পঢ়ক : Food poisoning in Golaghat : বিষাক্ত কাঠফুলাই গোলাঘাটত পুনৰ প্ৰাণ কাঢ়িলে এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.