thumbnail

By

Published : Dec 20, 2022, 8:03 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Municipal employees strike : নগাঁৱত পৌৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

নগাঁৱত পৌৰ কৰ্মচাৰীৰ কৰ্মবিৰতি (Municipal employees strike in Nagaon)। কেইবাটাও দাবীৰ সমৰ্থনত নগাঁও পৌৰসভাৰ কৰ্মচাৰীয়ে সোমবাৰৰ পৰা গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী (Municipal employees strike)। নগাঁও পৌৰসভাৰ চল্লিশগৰাকীকৈ অস্থায়ী কৰ্মচাৰীৰ স্থায়ী নিযুক্তি, বিগত কেইবামাহ ধৰি অনাদায় হৈ থকা দৰমহা আদায় দিয়াকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত পূৰ্বেও চৰকাৰক দাবী জনাই আহিছিল যদিও আজি পৰ্যন্ত দাবীসমূহ পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৌৰসভাৰ কৰ্মচাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.