MP Dilip Saikia on Muslims: অসমত মোগলৰূপী মুছলমানৰ বিস্তাৰবাদ ভৱিষ্যতে নহওক
🎬 Watch Now: Feature Video
নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অসম প্ৰদেশে শনিবাৰে পালন কৰা হয় শ্বহীদ দিৱস (Assam Martyr Day 2022) । শ্বহীদ দিৱসৰ ভাষণ প্ৰসংগত সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia on Muslims) কয় যে অসমত যাতে এই মোগলৰূপী মুছলমানৰ বিস্তাৰবাদ ভৱিষ্যতে নহওক ৷ ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah) কয় যে অসমৰ বিভিন্ন প্ৰান্তত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে (Badaruddin Ajmal controversy comment) যিমান গোচৰ ৰুজু কৰা হৈছে সকলোবোৰ গোচৰ প্ৰায়ে একে ধৰণৰে ৷ গতিকে অসমৰ যিমান গোচৰ আজমলৰ বিৰুদ্ধে পঞ্জীয়ন হৈছে সকলো একগোট কৰি কৰিমগঞ্জ থানালৈ (FIR Against Badaruddin Ajmal) পঠিওৱা হৈছে ৷ তেওঁৰ বিৰুদ্ধে যি ধাৰাত যেনে ধৰণে আইনী ব্যৱস্থা লোৱা হয় সেই সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা ল’ব ৷ অসমীয়া জাতিৰ ওচৰত আজমলে ডাঙৰ দোষ কৰিছে ৷ অসমীয়া জাতিয়ে আজমলক ইয়াৰ প্ৰত্যুত্তৰ দিব ৷
Last Updated : Feb 3, 2023, 8:35 PM IST