Minor girl rape: 27 বছৰীয়া দিলদাৰৰ কামনাৰ বলি 8 বছৰীয়া নাবালিকা - Rape accused detained in Lakhimpur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16948911-thumbnail-3x2-rape.jpg)
লখিমপুৰত যুৱকৰ কামনাৰ বলি 8 বছৰীয়া নাবালিকা (Minor girl rape in Lakhimpur) ৷ বিদ্যালয়ৰ ছুটীৰ পাচত ঘৰলৈ গৈ থকা অৱস্থাত নাবালিকাগৰাকীক ফুচুলাই নি অসৎ কাৰ্য চৰিতাৰ্থ কৰে দিলদাৰ হুছেইন নামৰ যুৱকজনে (Minor girl rape case) ৷ লখিমপুৰ চহৰৰ সমীপৰ চুকুলীভৰীয়াৰ যুৱকজনে অসম কৃষি বিভাগৰ এটা পৰিত্যক্ত গৃহলৈ লৈ যায় নাবালিকাগৰাকীক ৷ তাতেই সংঘটিত কৰে এই জঘন্য কাণ্ড (Rape cases in Assam) ৷ পাচত কণমানিগৰাকীয়ে সমগ্ৰ ঘটনাটো অভিভাৱক তথা ৰাইজক অৱগত কৰাত গাঁৱৰ ৰাইজে অভিযুক্ত দিলদাৰক কৰায়ত্ব কৰি গটাই দিয়ে আৰক্ষীক (Rape accused detained in Lakhimpur)৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : Feb 3, 2023, 8:32 PM IST