Water Resources Department: জল সম্পদ বিভাগৰ ৱেৰ হাউচ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ - মন্ত্ৰী পীযুষ হাজৰিকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 15, 2023, 7:01 PM IST

গুৱাহাটী, ১৫ মে’ : মহানগৰীৰ বশিষ্ঠস্থিত জল সম্পদ বিভাগৰ ৱেৰ হাউচত উপস্থিত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ বানপানীৰ পূৰ্বে তৎপৰতা বৃদ্ধি পাইছে জলসম্পদ বিভাগত (Minister Pijush Hazarika) ।  

আগন্তুক সময়ত বানপানী প্ৰতিৰোধ কৰিবলৈ মজুদ কৰি ৰখা সামগ্ৰীসমূহ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে সমগ্ৰ বিষয় সন্দৰ্ভত মত বিনিময় কৰে মুখ্য অভিযন্তা তথা বিভাগীয় কৰ্মচাৰীসকলৰ লগত (Water Resources Department) ৷ বান প্ৰতিৰোধ কৰিবলৈ মজুত থকা জিঅ' বেগ আৰু পৰ্কুপাইনসমূহ নিৰ্দিষ্ট পৰিমাণত বান প্ৰৱণ অঞ্চলসমূহলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে (Water Resources Minister Pijush Hazarika) । লগতে এই সামগ্ৰীসমূহৰ অপব্যৱহাৰ হ’লে দায়িত্বত থকা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় মন্ত্ৰীগৰাকীয়ে (Water Resources Department Warehouse in Guwahati) ৷

লগতে পঢ়ক: Road accident in Tinsukia: নেপালৰ পৰা আহিছিল বিয়া খাবলৈ; পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতৃ-মাতৃ-পুত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.