Midday meal Workers protest: বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদী সভা

By

Published : Dec 11, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ(Midday meal association) মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াৰ দাবী ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰাৰ বিৰুদ্ধে দেওবাৰে বাক্সাৰ বৰমাত এখন সভা অনুস্থিত হয় ৷ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰি চৰকাৰৰ অন্যায় আচৰণৰ বিভিন্ন দিশৰ বিৰুদ্ধে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৬ জানুৱাৰীত আন্দোলনৰ দিন ঘোষণা কৰে (Midday meal employees protest) ৷ আন্দোলনত ৰাজ্যৰ সকলো ৰন্ধনকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.