Micro Finance cheque distribute: আনুষ্ঠানিকভাৱে গোলাঘাটত চেক বিতৰণ - চেক বিতৰণ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 29, 2022, 9:24 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

মাইক্ৰ'ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ত ঋণ ৰেহাই পোৱা মহিলাসকলক আজি আনুষ্ঠানিক ভাৱে গোলাঘাটত চেক বিতৰণ কৰা হয়(Micro Finance cheque distribute) । জিলাখনৰ চাৰি হাজাৰ পোন্ধৰগৰাকী মহিলা ইয়াৰ দ্বাৰা মাইক্ৰ'ফাইনেঞ্চৰ ধাৰ মুক্ত হয় । গোলাঘাটত মাইক্ৰ'ফাইনেঞ্চৰ এই ধাৰ পৰিশোধৰ বাবে চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে এক কোটি পোন্ধৰ লাখ টকা । ইয়াৰোপৰি পাঁচ কোটি সত্তৰ হাজাৰ টকা মহিলাসকলে অতিৰিক্ত হিচাপে লাভ কৰে । গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুস্থিত চেক প্ৰদান অনুষ্ঠানত গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত(Minister Keshab Mahanta), গোলাঘাটৰ বিধায়িকা তথা বিত্ত মন্ত্ৰী অজন্তা নেওগ(Finance minister Ajanta Neog), মন্ত্ৰী অতুল বৰা(Minister Atul Bora), বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.