thumbnail

By

Published : Dec 23, 2022, 9:53 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Blast at brick factory in Bihar : মতিহাৰীৰ ইটা ভাটা বিস্ফোৰণত নিহত 7 জন

বিহাৰৰ মতিহাৰীত অঘটন ৷ শুকুৰবাৰে মতিহাৰীৰ এটা ইটা ভাটাত সংঘটিত হয় এক বিস্ফোৰণ (Blast at brick factory in Bihar)৷ বাতৰি লিখা পৰলৈকে এই বিস্ফোৰণত নিহত হৈছে 7 জন লোক (Many labour died at Chimney exploded in Bihar) ৷ জানিব পৰা মতে, বৰ্তমানলৈকে সেই ইটা ভাটাটোত 10 জন শ্ৰমিক আৱদ্ধ হৈ আছে ৷ সেই শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.