Lit up Rang Ghar with different colors: নানা ৰঙী পোহৰত জিলিকিছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ

By

Published : Aug 8, 2022, 1:56 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে নানা ৰঙী পোহৰত জিলিকি উঠিল ৰংঘৰ (Lit up Rang Ghar with different colors) ৷ আজাদি কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক ৰ‌ংঘৰক ভিন্ন ৰঙী পোহৰেৰে উজলাই তুলিলে কেন্দ্ৰীয় পূৰাতত্ব বিভাগে । আহোম ৰাজত্বৰ শৌৰ্যৰ প্ৰতীক, এছিয়াৰ প্ৰথমটো পেভভিলিয়ন, আধুনিক অসমৰ পৰিচয় ৰ‌ংঘৰ এতিয়া আলোকিত হ'ল বিভিন্ন ৰঙেৰে । স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৰংঘৰক আলোকেৰে বিঢৌত কৰি স্বাধীনতাৰ ক্ষণ উপভোগৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে (75th Independence Day)। উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন স্থানত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহক এইদৰে পোহৰাই তোলাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.