Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যাখ্যা দি এটা বিশেষ সম্প্ৰদায়ক কটাক্ষ মন্ত্ৰী জয়ন্তৰ - Constituency delimitation in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17459383-thumbnail-3x2-jayanta.jpg)
যিসকলে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ নিবিচাৰে তেওঁলোক জাতিদ্ৰোহী (Jayanta Malla Baruah on constituency delimitation)৷ কাৰণ জাতিক ভালপোৱা মানুহে কেতিয়াও জনসংখ্যাৰ বিস্ফোৰণ ঘটোৱাসকলক লাভান্বিত কৰাটো নিবিচাৰে (Constituency delimitation in Assam) ৷ নগাঁৱত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Jayanta Malla Baruah in Nagaon) ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, একাংশ মানুহে ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা মানি জনসংখ্যা নিয়ন্ত্ৰণ কৰিছে আৰু আন একাংশই সকলো নীতি-নিয়ম অমান্য কৰি 15-20 টা সন্তান জন্ম দি জনসংখ্যা বিস্ফোৰণ ঘটাইছে (Population explosion in Assam) ৷ নিয়ম ভংগকাৰীসকলৰ ভুলৰ শাস্তি যাতে নিয়ম মানি থকা সকলে ভুগিব নালাগে তাৰ বাবেই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰয়োজন বুলি কয় জয়ন্তমল্ল বৰুৱাই ৷
Last Updated : Feb 3, 2023, 8:38 PM IST