GYAN SUTRA: জ্যোতিষী পি খুৰানাৰ পৰা জানক কেনে যাব আপোনাৰ সপ্তাহটো ?

By

Published : Mar 26, 2023, 8:44 AM IST

thumbnail

বিশেষ অনুষ্ঠান জ্ঞান সূত্ৰলৈ আপোনাক স্বাগতম ৷ ৰাশি অনুসৰি সপ্তাহটো আপোনাৰ কেনেদৰে পাৰ হ'ব ? ইয়াৰ লগতে জানক সপ্তাহটোৰ শুভ দিন, শুভ ৰং, অমংগল দূৰ কৰাৰ উপায় তথা প্ৰতিকাৰ (Know Your Week with ETV Bharat Astrology) ৷ বিশেষ অনুষ্ঠান জ্ঞান সূত্ৰৰ জৰিয়তে আপোনাক এই সকলোবোৰ জনাব দেশৰ জনপ্ৰিয় জ্যোতিষী আৰু বাস্তু শাস্ত্ৰবিদ পি খুৰানাই (Astrologer P Khurana) ৷ প্ৰতিটো ৰাশিৰ আগন্তুক সপ্তাহটো সন্দৰ্ভত জ্যোতিষী খুৰানাই আগবঢ়াইছে এই ৰাশিফল (Know your weekly horoscope) ৷ কোনটো ৰাশিৰ বাবে কি কি শুভ কি কি অশুভ ? কোনটো ৰাশিৰ জাতক-জাতিকাৰ বাবে কি আছে সপ্তাহটোৰ ৰাশিফলত ? মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলোবোৰ সামৰি জ্ঞানসূত্ৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.