Golaght Book Fair: গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিৰ পৰা দেখা গৈছে বৃহস্পতি গ্ৰহ

By

Published : Nov 23, 2022, 10:33 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
তাৰকাগৃহলৈ নোযোৱাকৈয়ে গোলাঘাট গ্ৰন্থমেলাৰ বাকৰিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষ কৰিছে বৃহস্পতি গ্ৰহ(Golaght book fair) । ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে । কেৱল বৃহস্পতি গ্ৰহই নহয়, ইয়াৰ লগতে প্ৰত্যক্ষ কৰিছে বৃহস্পতি গ্ৰহৰ চাৰিটাকৈ উপগ্ৰহও । উল্লেখ্য যে, বৃহস্পতি গ্ৰহৰ বহুতো উপগ্ৰহ আছে যদিও পৃথিৱীৰ পৰা চাৰিটাহে উপগ্ৰহ দেখা পোৱা যায়।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.