মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিষয়ে সৰৱ সাংসদ গৌৰৱ গগৈ - প্ৰয়াত শিক্ষামন্ত্ৰী শৎৰত বৰকটকী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:41 AM IST

মৰাণ, 21 নৱেম্বৰ : সোমবাৰে প্ৰাক্তন প্ৰয়াত শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ চৰাইদেউ সোণাৰিৰ গৃহত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। প্ৰয়াত শিক্ষামন্ত্ৰীগৰাকীৰ পৰিয়ালক সমবেদনা জনাই সাংসদগৰাকীয়ে । ইয়াৰ পাচতে সাংবাদিকৰ সৈতে মুখামুখি হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপি দলক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

সাংসদগৰাকীয়ে কয়, "বিজেপি আগৰ দৰে দল হৈ থকা নাই, বৰ্তমান বিজেপি হৈছে এটা ছিণ্ডিকেট । আগৰ বিজেপিয়ে কেতিয়াও AIUDF ক ব্যৱহাৰ নকৰিলে হয় । আজিৰ দিনত বিজেপি মানুহৰ অৱস্থা ভাল নহয়। কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অৱস্থা ভাল হৈ গৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অধীনত লোকনিৰ্মাণ বিভাগটো কিয় ৰাখি থৈছে ? মুখ্যমন্ত্ৰী আৰু লোকনিৰ্মাণ বিভাগৰ নিশ্চয় কিবা ওতঃপ্ৰোত সম্পৰ্ক আছে ৷ সেইবাবে মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগটোৰ দায়িত্ব পোৱাৰ পিচতেই তেওঁৰ পৰিয়ালটো ৰিজৰ্ট, বাগানে নদন বদন হৈ পৰিছে ৷"

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন খেলক: অখিল গগৈৰ ৰাজহুৱা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.