Floods affects Karimganj : কৰিমগঞ্জত বানে লৈছে ভয়াৱহ ৰূপ - কৰিমগঞ্জত বানে লৈছে ভয়াৱহ ৰূপ
🎬 Watch Now: Feature Video
ৰাজ্যত বছৰৰ দ্বিতীয়টো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood situation of Assam)। প্ৰায় সমূহ জিলাই বানৰ কৱলত পৰিছে । কৰিমগঞ্জ জিলাৰো বিস্তীৰ্ণ এলেকা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে (Flood in Karimganj)। জিলাখনৰ শ শ গাঁও বানৰ কৱলত পৰাৰ লগতে জলবন্দী বহু পৰিয়াল । বহু স্থানত আকৌ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে (Traffic disrupted in Karimganj due to flood)। নৈৰ জলস্তৰ ওফন্দি উঠাৰ ফলত মথাউৰিৰে পানী বাগৰিছে । প্ৰতিদিনে নতুন নতুন অঞ্চল প্লাৱিত হৈছে । জিলাখনত বানপানীয়ে কেনে ৰূপ লৈছে আৰু জনসাধাৰণ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে ? এই বিষয় দিশ সামৰি আমাৰ কৰিমগঞ্জৰ সংবাদদাতা আমিৰুল আলম ছিদ্দিকৰ এক প্ৰতিবেদন চাও আহক ।
Last Updated : Feb 3, 2023, 8:24 PM IST