Dr Banikanta Kakati merit award : 1462 গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী ড৹ ৰনোজ পেগুৰ - ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 9, 2022, 7:09 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে 1464 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে (Scotty distribute at Amguri )৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা 30 নৱেম্বৰত গুৱাহাটিত শুভাৰম্ভ কৰা ড৹ বাণীকান্ত কাকতি মেধা বঁটা অনুস্থান (Dr Banikanta Kakati merit award) শুকুৰবাৰে আমগুৰিৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় ৷ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ছাত্ৰ-ছাত্ৰীসকলক মাজত স্কুটী প্ৰদান কৰি সকলোকে হেলমেট পৰিধান কৰিহে স্কুটী চলাবলৈ অনুৰোধ জনায় (Education Minister Ranoj Pegu Scotty distribute) ৷ অন্যথা বেকিং নিউজ হৈ নিজৰ জীৱনলৈ ভাবুকি অহাৰ লগতে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক আৰ্কষিত কৰা এই আঁচনিখনে সমালোচনাৰ পাত্ৰ হ'ব বুলি মন্তব্য আগবঢ়ায় । লগতে এই অনুষ্ঠানতেই মোবিলিটি গ্ৰাণ্টৰ বাৱে স্নাতক পৰ্যায়ৰ নিয়মীয়া ছাত্ৰীয়ে ১০ হাজাৰকৈ টকা লাভ কৰিব পৰা এখন আঁচনি অতি কম দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ঘোষণা কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.