Aminul Islam fall down: বেডমিণ্টন ক’ৰ্টত বাগৰি পৰিল বিধায়ক আমিনুল - হামখুৰি খাই পৰিল ধিঙৰ বিধায়ক অমিনুল ইছলাম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17341990-thumbnail-3x2-fdk.jpg)
এইবাৰ বেডমিণ্টন ক’ৰ্টতে হামখুৰি খাই পৰিল ধিঙৰ বিধায়ক অমিনুল ইছলাম (Aminul Islam fall down) । জুৰীয়াৰ দগাঁৱত বেডমিণ্টন খেলৰ শুভ উদ্বোধন কৰাৰ সময়তে অথন্তৰ লাগে বিধায়ক অমিনুল ইছলামৰ (Aminul Islam fell on the badminton court)। বুধবাৰে সন্ধিয়া দগাৱঁত এখন বেডমিণ্টন খেল উদ্বোধন কৰাৰ সময়তে এনেদৰে উবুৰি খাই ট্ৰেকতে পৰে বিধায়ক অমিনুল ইছলাম । কেইদিনমান পূৰ্বে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলো বেডমিণ্টন খেল উদ্বোধন কৰাৰ সময়তে এনেদৰে পৰিছিল ট্ৰেকতে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST