Corrupted Assistant Engineer: চৰকাৰী ধন আত্মসাৎ কৰি আটক হ’ল সহকাৰী অভিযন্তা

By

Published : Dec 8, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

কৰিমগঞ্জত চৰকাৰী ধন আত্মসাৎ কৰি আটক হ’ল এগৰাকী সহকাৰী অভিযন্তা(Assistant engineer arrested) ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদৰ অভিযোগৰ ভিত্তিত আটক সহকাৰী অভিযন্তা সুদীপ সৰকাৰ(MLA Siddiqe Ahmed) ৷ সুদীপ সৰকাৰৰ বিৰুদ্ধে পাথাৰকান্দি বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে অহা 50লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ(Corruption at Patharkandi) ৷ সমষ্টিটোৰ চাৰিখন গাঁও পঞ্চায়তৰ উন্নয়নৰ বাবে আৱণ্টন হোৱা লক্ষাধিক টকা আত্মসাৎ কৰাৰো অভিযোগ সহকাৰী অভিযন্তা সুদীপ সৰকাৰৰ বিৰুদ্ধে ৷ বিধায়ক ছিদ্দিক আহমেদৰ অভিযোগৰ ভিত্তিত কৰিমগঞ্জ জিলা উপায়ুক্ত মৃদুল কুমাৰ যাদৱে কাৰ্যালয়লৈ সুদীপ সৰকাৰক মাতি আনি গতাই দিয়ে আৰক্ষীৰ হাতত ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.