Asrani in Nalbari Raas Festival: নলবাৰী ৰাসলৈ আহিব কমেডী কিং আছৰানী - বলীউডৰ কমেডী অভিনেতা গোৱৰ্ধন আছৰানী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16875812-thumbnail-3x2-bcb.jpg)
7 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱৰ (Nalbari Raas Festival) জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ যেন কৃপাণালি কৰা নাই ৰাস মহোৎসৱৰ কমিটিয়ে ৷ মঙলবাৰে নলবাৰী ৰাস মহোৎসৱলৈ আহিব বলীউডৰ কমেডী কিং আছৰানী । আগন্তুক ১৪ নৱেম্বৰত বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীৰ অগমনৰ (Hema Malini in Nalbari ) সমান্তৰালকৈ এইবেলি বলীউডৰ কমেডী অভিনেতা আছৰানীয়েও নলবাৰীৰ ৰাস উপভোগ কৰিবলৈ অহাৰ কথা মাধ্যম যোগে প্ৰকাশ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:31 PM IST