thumbnail

By

Published : Jun 21, 2022, 8:52 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

International Day of Yoga: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সৰ্বানন্দ সোণোৱালৰ বক্তব্য

শনিবাৰে বিশ্বজুৰি পালন কৰা হৈছে যোগ দিৱস (International Yoga day)৷ ভাৰত বৰ্ষৰ ভিন্ন প্ৰান্ততো পালন কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহীশূৰ পেলেচত(Mysore palace) আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে (Sarbanda Sonowal on Yuga day)৷ যোগত অংশগ্ৰহণৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক ভিডিঅ’ বাৰ্তাযোগে যোগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.