গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ - Burmese supari seized at Guwahati Railway Station
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16404648-420-16404648-1663485061162.jpg)
গুৱাহাটীত বাৰ্মিজ চুপাৰি জব্দ কৰাটো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে(Burmese supari seized in Guwahati)। গুৱাহাটী ৰে'ল ষ্টেচনত(Burmese supari seized at Guwahati Railway Station)পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি । আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ(Burmese supari seized in Rajdhani Express)পৰা জব্দ কৰে চুপাৰিখিনি । ডিমাপুৰৰ পৰা লৈ অনা হৈছিল এই চুপাৰিখিনি । এটা ডবাৰ পৰা ৪৫ বস্তা আৰু এটা ডবা সম্পূৰ্ণ ভৰ্তি চুপাৰি জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা চুপাৰিখিনিৰ মূল্য ৫০ লক্ষাধিক টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । জি আৰ পি ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ।
Last Updated : Feb 3, 2023, 8:28 PM IST