ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ - erosion in Dibrugarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16609098-thumbnail-3x2-jcscs.jpg)
ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ, মাইজানত ব্ৰহ্মপুত্ৰই খহালে ডিব্ৰুগড় চহৰৰ ৰক্ষা কৱচ মথাউৰি (Brahmaputra embankment erosion in Dibrugarh)। সম্পূৰ্ণৰূপে খহি গ'ল মথাউৰিৰ এটা অংশ । প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছে (Erosion in Dibrugarh)। ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হেক্টৰ কৃষিভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহুলোকৰ ঘৰ- বাৰী উচ্ছেদ হৈছে ৷ জলসম্পদ বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও ৰোধ কৰিব পৰা নাই খহনীয়া ।
Last Updated : Feb 3, 2023, 8:29 PM IST