Body of wild elephant found: হোজাইত উদ্ধাৰ অৰ্ধগলিত বন্যহস্তীৰ মৃতদেহ - Body of wild elephant found

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 12, 2022, 8:20 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

হোজাইৰ নন্দপুৰ চেগুন বাগানত উদ্ধাৰ হৈছে এক অৰ্ধগলিত বন্যহস্তীৰ মৃতদেহ(Half-melted body of wild elephant found in Hojai) । প্ৰায় 6-7বছৰীয়া হাতীটো এসপ্তাহ পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷ বনাঞ্চলত গৰু বিচাৰি অহা লোকে অৰ্ধগলিত বন্যহস্তীটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷ ইতিমধ্যে বনবিভাগৰ লোকে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.