75th Independence day: বৰপেটাত আৰক্ষীৰ বিশাল মটৰ চাইকেল ৰেলী

By

Published : Aug 9, 2022, 1:26 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটাত আৰক্ষীৰ বিশাল মটৰ চাইকেল ৰেলী (Bike Rally To Celebrate 75 Yrs Of Independence)৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপায়ুক্ত আয়ুস গাৰ্গে ফ্লেগ অফেৰে বাইক ৰেলীৰ শুভাৰম্ভ কৰে(DC flags off Tiranga bike rally in Barpeta) ৷হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বৰপেটা আৰক্ষীৰ উদ্যোগত চি আৰ পি এফৰ ১০ নং বেটেলিয়ন আৰু বৰপেটা আৰক্ষীয়ে যুটীয়াভাবে গ্ৰহণ কৰে এই বাইক ৰেলী কাৰ্যসূচীৰ(Har Ghar Tiranga) ৷ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী জনমুখী কৰাৰ লক্ষ্যৰে বৰপেটা আৰু হাউলী চহৰত আৰক্ষীৰ নেতৃত্বত উলিওৱা হয় এই মটৰ চাইকেল ৰেলীৰ ৷ বৰপেটা আৰক্ষীৰ লগতে চি আৰ পি এফ জোৱান আৰু বৰপেটাৰ বাইক ৰাইডাৰ্চৰ সদস্য সকলে অংশ গ্ৰহণ কৰে এই মটৰ চাইকেল ৰেলীত ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.