thumbnail

By

Published : Jan 13, 2023, 3:51 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhugali Bihu preparation: মৰিয়নিৰ Tiny Tots বিদ্যালয়ত ভোগালীৰ আয়োজন

ৰাজ্যজুৰি ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে ভোগালীক আদৰাৰ প্ৰস্তুতি(Bhugali Bihu preparation) ৷ মৰিয়নিৰ Tiny Tots নামৰ বিদ্যালয়খনতো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ভোগালী বিহু ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজত নৃত্য-গীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সাজি উলিওৱা হৈছে মেজি, ভেলাঘৰ ৷ ইয়াৰ লগতে ভোজভাতৰো আয়োজন কৰা হৈছে বিদ্যালয়খনত ৷  

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.