thumbnail

By

Published : Jan 14, 2023, 6:53 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Bhugali Bihu 2023: বঙাইগাঁও জিলাৰ চৌতাৰাত ভোগালীৰ উচাহ

বঙাইগাঁও জিলাৰ চৌতাৰাত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি(Bhugali Bihu 2023) ৷ উৰুকাৰ নিশা গাঁৱৰ ডেকা বুঢ়া সকলোৱে একেলগে এসাঁজ খোৱাৰ বাবে সমবেত হৈছে পথাৰত ৷ এই অনুষ্ঠানত ৰাইজৰ মাজত উপস্থিত থাকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ((Kamatapur Autonomous Council)  কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি বৰ্মন আৰু গোপাল পাঠক ৷ দুয়োগৰাকী সদস্যই চৌতাৰা গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ চৰণ পখালি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই আৰ্শীবাদ গ্ৰহণ কৰে । ইয়াৰোপৰি ভোগালীৰ আয়োজনত উপস্থিত থাকে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ভালেসংখ্যক সদস্য ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.