Bandhan bank advertisement : দৰিদ্ৰ তথা মধ্যবিত্তসকলৰ সাৰথি ‘বন্ধন’ - দৰিদ্ৰ তথা মধ্যবিত্তসকলৰ সাৰথি বন্ধন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 9, 2022, 12:18 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বিতাৰ পথ বিচাৰি পাইছে ধুবুৰীৰ শ শ ক্ষুদ্ৰ ব্যৱসায়ী পৰিয়াল ৷ বন্ধন বেংকেই দিছে জীয়াই থকাৰ এক পথ (Successful entrepreneur from Dhubri) । বন্ধন বেংক আছে মানেই জীয়াই আছে ধুবুৰীৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী আৰু দৰিদ্ৰ পৰিয়াল (Bandhan bank loan)। ধুবুৰীৰ হালাকুৰা অঞ্চলত বৰ্তমান সময়ত বন্ধন বেংকৰ অধীনত ১৩৭ টা গোটৰ প্ৰায় চাৰে চাৰি হাজাৰতকৈ অধিক গ্ৰাহকে স্বাৱলম্বী হৈছে বন্ধন বেংকৰ ঋণ লৈ (Bandhan Bank loan facility) । বিশেষকৈ ১৭৫ গৰাকী গ্ৰাহকে বন্ধন বেংকৰ ঋণ লৈ হালাকুৰা অঞ্চলৰ বিভিন্ন বজাৰ ঘাটত বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে । বন্ধনে অতি সহজ প্ৰক্ৰিয়াৰে ঋণ প্ৰদান কৰি গ্ৰাহকক আৰ্থিক দিশত সহায়ৰ হাত আগবঢ়াই আহিছে ৷ যাৰ বাবে বন্ধন দৰিদ্ৰ তথা মধ্যবিত্তসকলৰ বাবে সাৰথি হৈ পৰিছে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.