Bajrang Dal protest: শম্ভূ কৈৰীৰ হত্যাকাৰীক ফাঁচিৰ দাবীৰে ৰঙিয়াত বজৰং দলৰ প্ৰতিবাদ - Bajrang Dal activists hold protest
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17458529-thumbnail-3x2-bajrang.jpeg)
ৰঙিয়াত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী(Bajrang Dal protest in Rangia) ৷ কৰিমগঞ্জৰ লোৱাইৰপোৱাত বজৰং দলৰ 16বছৰীয়া কৰ্মী শম্ভূ কৈৰীৰ হত্যাক লৈ প্ৰতিবাদ বজৰং দলৰ(Bajrag Dal activist murdered in Assam) ৷ শম্ভূ কৈৰীৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ ৷ ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক বজৰং দলৰ কৰ্মীয়ে ৷ শম্ভূ কৈৰীৰ(Bajrang Dal activist Sambhu koiri) পৰিয়ালক এটা চৰকাৰী চাকৰি আৰু 50 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷ শম্ভূ কৈৰীৰ হত্যাকাৰী চেলিম উদ্দিনৰ প্ৰতিকৃতিয়ো দাহ কৰে বজৰং দলৰ কৰ্মীসকলে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST