Road Safety Week in Hojai: হোজাইত পথ সুৰক্ষা সপ্তাহ উপলক্ষে সজাগতা সভা - Road Safety awareness in Hojai
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17465297-307-17465297-1673514303010.jpg)
ৰাজ্যৰ আন জিলাৰ লগতে হোজাইতো পালন কৰা হৈছে "পথ সুৰক্ষা সপ্তাহ ২০২৩"(Road Safety Week 2023 in Assam)। হোজাই প্ৰশাসনৰ সহযোগত আৰু পৰিবহণ বিভাগৰ উদ্যেগত ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে পালন কৰা হৈছে এই পথ সুৰক্ষা সপ্তাহ (Road Safety and awareness in Hojai) । ইতিমধ্যে প্ৰশাসনৰ লগতে হোজাইৰ বিভিন্ন গাড়ী বিক্ৰেতাসকলৰ লগত আলোচনা অনুষ্ঠিত হোৱাৰ পাছত বৃহস্পতিবাৰৰ পৰা বিদ্যালয়-মহাবিদ্যালয় সমূহত অনুষ্ঠিত হ'ব সজাগতামূলক কাৰ্যসূচী । ইয়াৰ লগতে বিভিন্ন স্থানত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অনুষ্ঠিত হ'ব সজাগতা সভা ।
Last Updated : Feb 3, 2023, 8:38 PM IST