thumbnail

By

Published : May 15, 2023, 5:22 PM IST

ETV Bharat / Videos

ATM fraud at Teok: ATM কাৰ্ড সলনি প্ৰৱঞ্চকে এগৰাকী ব্যক্তিৰ পৰা লুটিলে বুজন পৰিমাণৰ ধন

টীয়ক, 15 মে’ : টীয়কত অঘটন ৷ সোমবাৰে টীয়কত সংঘটিত হৈছে প্ৰৱঞ্চনাৰ ঘটনা (ATM fraud at Teok) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগৰখনতে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

বিৱৰণি অনুসৰি, সোমবাৰে টীয়ক তেলীয়া গাঁৱৰ ধৰ্মেশ্বৰ দাস নামৰ ব্যক্তিজনে টীয়ক নগৰৰ মাজমজিয়াস্থিত SBI ৰ শাখাৰ তলত থকা ATM চেন্টাৰৰ পৰা জমা ধন উলিয়াবলৈ গৈছিল ৷ কিন্তু তেনে সময়তে ধৰ্মেশ্বৰ দাসৰ পৰা এজন লোকে চলাকি কৰি ATM কাৰ্ড সলনি কৰি লুটি নিলে 40000 টকা (ATM FRAUD LOOTED MONEY IN JORHAT) ৷

কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ধৰ্মেশ্বৰ দাসৰ সাঁচতীয়া এই ধন লুটি নিয়াত এতিয়া বিপাঙত পৰিছে লোকজন ৷ উপায়ন্তৰ হৈ এতিয়া ভুক্তভোগী লোকজনে কাষ চাপিছে আৰক্ষীৰ ৷ ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷ ইতিমধ্যে উদ্ধাৰ হৈছে CCTV ৰ ফুটেজো ৷ উল্লেখ্য যে ৰাজ্যত এইদৰে সঘনাই সংঘটিত 

লগতে পঢ়ক : Violence in Manipur: পৰিস্থিতি বৰ্তমানেও সম্পূৰ্ণৰূপে শান্ত হোৱা নাই মণিপুৰত; প্ৰায় 456 টা কাঢ়ি লোৱা অস্ত্ৰ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.