Assam cop kills retired police officer: অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ শেষকৃত্য সম্পন্ন

By

Published : Jan 8, 2023, 7:33 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
ধেমাজিৰ মাছখোৱাত অসম আৰক্ষীৰ ASI গুলীত নিহত অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমূল্য বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া দেওবাৰে সম্পন্ন কৰা হয়(Assam Police ASI killed ex SP with service pistol) ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকগৰাকীক শেষ শ্ৰদ্ধা নিবেদনৰ বাবে আজি অৰুণাচল আৰক্ষীৰ এটা দল তেওঁৰ ধেমাজি নগৰস্থিত বাসগৃহতত উপস্থিত হয় ৷ অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা 30 জনীয়া আৰক্ষীৰ দলটোৱে প্ৰাক্তন বিষয়াগৰাকীৰ মৃতদেহত আৰক্ষীৰ নিয়মেৰে শেষ বিদায় দিয়ে ৷ ইয়াৰ পাছতেই অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকগৰাকীৰ জন্মগাঁও মাছখোৱাৰ দেউঘৰীয়া গাঁৱত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত সৎকাৰ কৰা হয় মৃতদেহ(Arunachal Ex SP killed) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.