Congress leader suicide : চিপ লোৱা অৱস্থাত উদ্ধাৰ APCC-ৰ উপ সভাপতি ৰাজু শৰ্মাৰ মৃতদেহ - ৰাজু শৰ্মাৰ চৰম পন্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17257297-thumbnail-3x2-messi.jpg)
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ৰাজু শৰ্মাৰ আত্মহনন ৷ নৱগ্ৰহ মন্দিৰৰ দেৱালত চিপ লোৱা অৱস্থাত উদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ৰাজু শৰ্মাৰ মৃতদেহ (APCC VP Raju Sharma suicide in Guwahati) ৷
Last Updated : Feb 3, 2023, 8:36 PM IST