Complaint against ACLA: ভুৱা নথি-পত্ৰৰে তৈলখাদৰ পুৰণি পাইপ তুলি নিয়াৰ অভিযোগ এ চি এল এৰ বিৰুদ্ধে

By

Published : Aug 11, 2022, 3:48 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
চেলেংহাটৰ ১২ নং তৈল খাদত উত্তেজনাময় পৰিস্থিতি ৷ তৈলখাদৰ পুৰণি পাইপ এক দুষ্ট চক্ৰই ভুৱা নথি-পত্ৰৰে তুলি নিবলৈ চেষ্টা কৰাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ইতিমধ্যে ভাৰতীয় জনতা যুৱ মৰ্চা চেলেংহাট মণ্ডলে ঘটনা সন্দৰ্ভত চেলেংহাট আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ৷ মাজনৈ চাহ বাগিচাৰ অন্তৰ্গত ১২ নং কেনেৰু কোম্পানীৰ তৈল খাদটোত দীৰ্ঘদিনৰে পৰা কোটিটকীয়া তৈল পাইপ পৰি আছিল । এই পাইপসমূহ এ চি এল এ ভুৱা নথি-পত্ৰ উলিয়াই ট্ৰেন্সপৰ্টৰ নামত তুলি নিয়াৰ ষড়যন্ত্ৰ কৰাত জাঙুৰ খাই উঠিছে ভাৰতীয় জনতা যুৱ মৰ্চা চেলেংহাট মণ্ডল কমিটি (Allegation against ACLA)৷ সঠিক নথি-পত্ৰ অবিহনে কোনো কাৰণতে কোটিটকীয়া তৈল পাইপসমূহ তুলি নিবলৈ দিয়া নহ'ব বুলি সকিয়াই দিছে ভাৰতীয় জনতা যুৱ মৰ্চা চেলেংহাট মণ্ডলে (Bharatiya Janata Yuva Morcha filed case against ACLA)।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.