ডিব্ৰুগড় লাহোৱালৰ ৰাজাখাটত বিধংসী অগ্নিকাণ্ড - অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সামগ্ৰী
🎬 Watch Now: Feature Video

ডিব্ৰুগড় লাহোৱালৰ ৰাজাখাটত সংঘটিত বিধংসী অগ্নিকাণ্ড(Massive fire at Rajakhat in Dibrugarh Lahaul)। শনিবাৰে দুপৰীয়া ভাগত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় নাগেশ্বৰ বাৰ্মা নামৰ এজন লোকৰ বাসগৃহ ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত কেইবা লক্ষাধিক টকাৰ মূল্যৱান সা-সামগ্ৰীৰ লগতে নগদ প্ৰায় ৮০ হাজাৰ টকা ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ মূল কাৰণ ৷
Last Updated : Feb 3, 2023, 8:17 PM IST