thumbnail

By

Published : Feb 28, 2022, 7:14 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

Majuli by Election: মিছা কথা ক’ব নাজানে ভুৱন গামে

৭ মাৰ্চত মাজুলীৰ উপ-নিৰ্বাচন (Majuli by election)। এই উপ নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো তৎপৰ হৈ পৰিছে । উপ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগেই বাকযুদ্ধ আৰম্ভ হোৱাও দেখিবলৈ পোৱা গৈছে । বিজেপি মিত্ৰজোঁটৰ প্রাথী ভুৱন গামে(Bhuban Gam) কথা ক’ব নোৱাৰে বুলি কৈ ফুৰাসকলক উদ্দেশ্য কৰি এখন প্ৰচাৰ সভাত কয় ভুৱন গামে কথা ক’ব নজনা নহয়, মিছা কথা ক’ব নাজানে । তেঁও কয়, হাতী গ’লে কুকুৰে ভুকিবই গতিকে সেইবোৰ কথাত তেওঁ মন নিদিয়ে । ইফালে তেওঁ কয়, কথা নহয় কাম কৰি দেখুৱাব, কাৰণ মাজুলীৰ মানুহে কাম কৰা মানুহহে বিছাৰে, কথা কোৱা মানুহ নহয় ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.