পত্নী-পুত্ৰ সহিতে ন্যায়িক জিম্মালৈ প্ৰেৰণ আজম খানক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2020, 5:40 PM IST

উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ বুধবাৰে পত্নী তানজিম ফাটিমা আৰু পুত্ৰ আব্দুল্লাহ আজম খান সহিতে সাংসদগৰাকী আদালতত হাজিৰ হয় ৷ ভুৱা নথিপত্ৰ প্ৰদান কৰাৰ বাবেই সাংসদগৰাকীক এইদৰে আদালতত উপস্থিত হ'বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু আদালতে বৰ্তমানে 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ সমগ্ৰ গোচৰটোৰ শুনানি মাৰ্চৰ 2 তাৰিখে গ্ৰহণ কৰা হ'ব বুলি আজম খানৰ অধিবক্তা খলীল উল্লাহ খানে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.