চ'ছিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ অশ্লীল ফ'টো পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক - যুৱকজনক দূৰ্গাপুৰ আদালতলৈ প্ৰেৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-8254648-thumbnail-3x2-po-1.jpg)
চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অশ্লীল ফ'টো পোষ্ট কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক ৷ কনকাছা আৰক্ষী থানাৰ অন্তৰ্গত পানাগড়ৰ হাজৰা পাৰাত সংঘটিত হ'ল এই কাণ্ড ৷ গ্ৰেপ্তাৰ কৰা কালু শ্বেইখ নামৰ যুৱকজনক দূৰ্গাপুৰ আদালতলৈ প্ৰেৰণ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কালুয়ে প্ৰধানমন্ত্ৰী মোডীৰ বহুকেইখন অশ্লীল ফ'টো চ'ছিয়েল মিডিয়াত পোষ্ট কৰি দিয়াৰ পাচতে ভাইৰেল হৈ পৰে ৷ ইয়াৰ পাচতে এজন স্থানীয় যুৱকে কালুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷
TAGGED:
কনকাছা আৰক্ষী থানা