thumbnail

By

Published : May 12, 2020, 2:36 PM IST

ETV Bharat / Videos

COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

কৰ'ণা মহামাৰীৰ সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্ব ৷ এই পৰ্যন্ত সমগ্ৰ বিশ্বত 4,256,001 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 287,332 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 1,385,834 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 81,795 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ স্পেইনতো একেদৰে 268,143 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 26,744 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.