COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য !

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2020, 6:55 PM IST

Updated : Jul 26, 2020, 11:25 PM IST

কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ বৰ্তমানলৈকে বিশ্বত 16,205,467 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 6,48,476 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 4,315,709 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 149,398 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ব্ৰাজিল আছে দ্বিতীয় স্থানত, ব্ৰাজিলত 2,396,434 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 86,496 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...
Last Updated : Jul 26, 2020, 11:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.