thumbnail

By

Published : Jun 25, 2020, 9:02 PM IST

ETV Bharat / Videos

বিশ্বৰ ভিন্ন দেশত COVID-19 সম্পৰ্কীয় শেহতীয়া তথ্য

কৰ'ণা মাহামাৰীৰ সংক্ৰমণৰ সংখ্যাই সমগ্ৰ পৃথিৱীতে 25 জুনলৈ অতিক্ৰম কৰিলে 95,20,096 গৰাকীলৈ ৷ 5 জুন দিনটোত নতুনকৈ 1,74,527 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে 5,008 গৰাকী আক্ৰান্ত লোকে সাৱটি লৈছে মৃত্যুক ৷ ইয়াৰ লগে লগে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে, 4,78,949 গৰাকীলৈ ৷ এই মহামাৰীত আটাইতকৈ অধিক আক্ৰান্ত হোৱা তিনিখন দেশ ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়া ৷ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.