কলিয়াবৰত চোৰাং কাঠভৰ্তি দুখন বাহন জব্দ - শালনাস্থিত আঞ্চলিক বন বিষয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14643695-thumbnail-3x2-jj.jpg)
কলিয়াবৰৰ ভোমোৰাগুৰিত শনিবাৰে পুৱা বন বিভাগে দুখন চোৰাং কাঠভৰ্তি বাহন জব্দ কৰে (Illegal timber seized by forest department) ৷ শালনাস্থিত আঞ্চলিক বন বিষয়াৰ (Salonibari Forest Department) নেতৃত্বত এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে কাঠভৰ্তি বাহন দুখন । কাৰ্বি আংলঙৰ পৰা কুঠৰী হৈ বাহন দুখনে চোৰাংকৈ কাঠখিনি কঢ়িয়াই অনাৰ সময়তে বন বিভাগৰ অভিযানকাৰী দলে জব্দ কৰে ।
Last Updated : Feb 3, 2023, 8:18 PM IST