বঙাইগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ আত্মহনন - HSLC candidate commits suicide in Bongaigaon
🎬 Watch Now: Feature Video

বঙাইগাঁৱৰ অভয়াপুৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অঘটন । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থীয়ে বাচি ললে আত্মহননৰ পথ (HSLC candidate commits suicide in Bongaigaon)। ছাত্ৰগৰাকীয়ে নিশাই চিপ লৈ আত্মহনন কৰা বুলি জানিব পৰা গৈছে । ঘটনাটো সংঘটিত হয় উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত আমতোলাত । পৰীক্ষাৰ্থীগৰাকী অভয়াপুৰীৰ আমতোলাৰ পৱন ৰায় (১৭) । উত্তৰ শালমাৰাৰ DPM হাইস্কুলৰ ছাত্ৰগৰাকীয়ে মঙলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল ।
Last Updated : Feb 3, 2023, 8:19 PM IST