হেডফোনৰ বাবেই মৃত্যুক সাৱটিলে মেঘনাই - Accident due to headphone
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14872668-thumbnail-3x2-cdc.jpg)
হেডফোনেই কাল হ’ল চামগুৰিৰ এগৰাকী যুৱতীৰ বাবে ৷ ৰেলৰ খুন্দাত প্ৰাণ গ’ল চামগুৰিৰ মেঘনা বৰা নামৰ যুৱতীগৰাকীৰ (Girl struck by train at Samaguri)। গুৱাহাটিৰ পৰা শিলঘাট অভিমুখে আহি আছিল ৰেলখন । আনদিনাৰ দৰে মঙলবাৰেও প্ৰাতঃভ্ৰমণ কৰিবলৈ কৰিবলৈ যোৱা মেঘনাই হেডফোন ব্যৱহাৰ কৰি আছিল ৷ ফলত অন্যমনস্ক হৈ থকা মেঘনা বৰাক মহটিয়াই লৈ যায় ৰেলে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST