ডিব্ৰুগড়ত জব্দ অবৈধ কাঠফলা মিল - Illegal timber seized in Dibrugarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14916424-504-14916424-1648979312728.jpg)
চোৰাং কাঠৰ অবৈধ বেহাৰ বিৰুদ্ধে এইবাৰ ডিব্ৰুগড় বন বিভাগৰ অভিযান (Dibrugarh forest department operation) ৷ ডিব্ৰুগড়ৰ মোহনবাৰী নেপালী গাঁৱত বন বিভাগে জব্দ কৰিলে অবৈধ কাঠৰ মিল(Illegal Saw mill seized in Dibrugarh) । এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে পুৱা ডিব্ৰুগড় বন বিভাগৰ এটা দলে অভিযান চলাই অবৈধ কাঠ মিলটো জব্দ কৰিবলৈ সক্ষম হয় । ইফালে কাঠ মিলটো জব্দ কৰাৰ সময়ত কেইবা লক্ষাধিক টকাৰ আধুনিক উন্নত যন্ত্ৰ পাতিৰ মেচিন জব্দ কৰাৰ লগতে বন বিভাগে অভিযানৰ সময়ত প্ৰায় 50 হাজাৰ টকাৰ মুল্যৱান কাঠ জব্দ কৰে (Illegal timber seized in Dibrugarh) ৷ অৱশ্যে এতিয়ালৈকে কাঠ মিলটোৰ গৰাকীৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বন বিভাগে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST