কেকৰ সহজ ৰেচিপি

🎬 Watch Now: Feature Video

thumbnail
কিছু সময় পূৰ্বে প্ৰস্তুত কৰা সেই সতেজ কেকৰ গোন্ধই হয়তো আপোনাক সদায় দুৰ্বল কৰে ৷ বেকাৰীত কেকটো অহালৈ ৰৈ থাকিলে হয়তো সেই গোন্ধই আপোনাক আৰু অধিক উত্ৰাৱল কৰি তোলে ৷ বাৰু, সেইয়া আছিল কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বৰ কথা ৷ কৰ'ণা জৰ্জৰিত সময়ে আমাৰ পূৰ্বৰ সেই বেকাৰীলৈ কৰা অহা-যোৱাবোৰত প্ৰদান কৰিছে বাধা ৷ যদিও বাহিৰত যোৱাৰ ক্ষেত্ৰত আমাৰ বাধা আছে, ঘৰতে থাকি ভিন্ন ব্যঞ্জন তৈয়াৰ কৰাত নাই কোনো বাধা ৷ চকলেট কেক তৈয়াৰ কৰাটো আটাইতকৈ সহজ আৰু ভাল পন্থা, যিটো আপুনি এই সময়ত ঘৰতে থাকি কৰিব পাৰে ৷ ইয়াত ব্যৱহাৰ কৰা মাখন, চেনীৰ সুগন্ধিয়ে আপোনাৰ পাকঘৰ ভৰাই তুলিব ৷ সেই সতেজ নৰম কেকৰ লোভনীয় সুগন্ধই আপোনাক ৰখোৱাটো কঠিন হ'ব ৷ ভিন্ন অধ্যয়নে প্ৰকাশ কৰিছে যে, এই সুগন্ধময় কেকে কেৱল ভোকেই নবঢ়ায়, আমাক আনন্দও প্ৰদান কৰে ৷ গতিকে আপুনিও ঘৰকে চেষ্টা কৰক এই কেক তৈয়াৰ কৰিবলৈ আৰু আমাৰ স'তেও শ্বেয়াৰ কৰক আপোনাৰ সোৱাদেৰে ভৰা অনুভৱ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.